Assam TET GT PGT Pedagogy MCQs PDF

Are you preparing for the upcoming Assam TET GT PGT examination? In this post, we have prepared the 20 best Pedagogy MCQs for the upcoming Assam TET GT PGT examination. These Pedagogy MCQs are specially prepared for the Assam TET GT PGT examination by Pallabi Ma’am.

Telegram Group Join Now
Youtube Channel Subscribe

20 Important Pedagogy MCQs for Assam TET GT PGT Examination

This article aims to provide a comprehensive overview of pedagogy-related MCQs specifically tailored for the Assam TET GT PGT examination. It enables candidates to enhance their understanding and improve their chances of success in this competitive assessment. By engaging with these practice questions, future educators can solidify their grasp of fundamental teaching principles and methodologies, which are vital for fostering effective learning environments.


1. Which of the following is not a characteristic of the adolescence period? তলৰ কোনটো কৈশোৰ কালৰ বৈশিষ্ট নহয়?

  1. Hero-worship বীৰ-পূজা
  2. Attraction towards the opposite sex বিপৰীত লিঙ্গৰ প্ৰতি আকর্ষণ
  3. Day dreaming দিৱাস্বপ্ন
  4. Self-control আত্ম নিয়ন্ত্রণ

Ans: (d)Self-control আত্ম নিয়ন্ত্রণ

2. The following are the characteristics of a method of teaching: তলত শিক্ষাদানৰ এটা পদ্ধতিৰ দুটা ধর্ম দিয়া হৈছে:

  • The students are placed in the position of a discoverer. ছাত্র-ছাত্রীসকলক এজন আৱিষ্কাৰকৰ স্থানত অৱতীৰ্ণ কৰোৱা হয়।
  • It is intended to provide a training in method, knowledge is a secondary consideration. পদ্ধতি এটাত শিকোৱাহৈছে মূল উদ্দেশ্য, জ্ঞান অর্জন কৰোৱাটো এটা গৌণ কাৰণহে।

Which of the following methods of teaching do they indicate? ধর্ম দুটাত তলত উল্লেখ কৰা কোনটো পাঠদানৰ পদ্ধতিৰ কথা কোৱা হৈছে?

  1. Laboratory method পৰীক্ষাগাৰ পদ্ধতি
  2. Discussion method আলোচনা পদ্ধতি
  3. Project method প্রকল্প পদ্ধতি
  4. Heuristic method হিউৰিষ্টিক পদ্ধতি

Ans: (d)Heuristic method হিউৰিষ্টিক পদ্ধতি

3. Which of the following is/are not included in ‘Children with Special Needs (CWSN)’? তলৰ কোনটো/কোনকেইটা বিশেষ প্রয়োজন থকা শিশু (Children With Special Needs)’ ৰ অন্তৰ্ভূত নহয়?

  • Mentally retarded মানসিকভারে বাধাগ্রস্ত
  • Visually impaired দৃষ্টিশক্তি হীন
  • Hearing impaired শ্ররণশক্তি হীন
  • Gifted প্রতিভাৱান
  • Socially disadvantaged সামাজিকভাৱে পিচপৰা/অনগ্ৰসৰ

Choose the correct option: শুদ্ধ বিকল্পটো বাছি উলিওৱা:

  1. (i), (ii) and (iii)
  2. (i), (ii), (iii) and (iv)
  3. (i), (ii), (iii) and (v)
  4. (i), (ii), (iii), (iv) and (v)

Ans: (a)(i), (ii) and (iii)

4. Which of the following is a stage of Psychomotor domain of educational objectives? তলৰ কোনটো শিক্ষাদানৰ উদ্দেশ্যৰ মনোপেশীয় (Psychomotor) ক্ষেত্ৰৰ স্তৰ?

  1. Synthesis সংশ্লেষণ
  2. Responding সঁহাৰি
  3. Coordination সমন্বয়
  4. Organization সংগঠন

Ans: (c) Coordination সমন্বয়

Stages of psychomotor domain H R. Dave

  1. Impulsion প্ৰৱণতা
  2. Imitation অনুকৰণ
  3. Manipulation হস্ত নিপুণতা
  4. Coordination সমন্বয়
  5. Control নিয়ন্ত্ৰন
  6. Habit formation অভ্যাস গঠন

Bloom’s Taxonomy ব্লুমৰ শ্ৰেণীবিভাজন

  1. Imitation অনুকৰণ
  2. Manipulation হেতালি খেলা
  3. Precision নিখুঁতভাৱে
  4. Articulation / Coordination আৰ্টিকুলেচন / সমন্বয়
  5. Naturalization প্ৰাকৃতিককৰণ

5. The Chairperson of the committee that developed the draft National Educational Policy 2019 was: খচৰা ৰাষ্ট্ৰীয় শিক্ষানীতি, 2019 খন প্রস্তুত কৰা কমিটিখনৰ সভাপতি আছিল:

  1. Mr. T.S.R. Subramanian শ্রী টি.এস. আর্, সুব্রমনিয়ন
  2. Dr. K. Kasturirangan ড° কে. কস্তুৰিৰংগন
  3. Dr. Vasudha Kamat ড° বসুধা কামাট
  4. Mr. Sam Pitroda শ্রী সাম পিট্রড়া

Ans: Dr. K. Kasturirangan ড° কে. কস্তুৰিৰংগন

6. Which of the following is not a general maxim of teaching? তলৰ কোনটো শিক্ষণৰ সাধাৰণ বিধি (general maxim of teaching) নহয়?

  1. To proceed from particular to general নির্দিষ্টৰ পৰা সাধাৰণলৈ অগ্ৰসৰ হোৱা।
  2. To proceed from concrete to abstract মূৰ্ত্তৰ পৰা বিমূৰ্ত্তলৈ অগ্ৰসৰ হোৱা।
  3. To proceed from part to whole আংশিকৰ পৰা সামগ্রিকতালৈ অগ্ৰসৰ হোৱা।
  4. To proceed from simple to complex সৰলৰ পৰা জটিললৈ অগ্ৰসৰ হোৱা।

Ans: To proceed from part to whole আংশিকৰ পৰা সামগ্রিকতালৈ অগ্ৰসৰ হোৱা।

7. The kind of services required for organizing a school guidance programme are: এখন বিদ্যালয়ৰ বাবে এটা নির্দেশনা কার্যসূচী (Guidance programme) অনুস্থিত কৰিবলৈ প্রয়োজন হোৱা সেৱাসমূহ হৈছে:

  1. Personal, professional, placement and follow-up services ব্যক্তিগত, বৃত্তিগত, সংস্থাপন আৰু অনুসৰণ সেৱাসমূহ
  2. Information, testing, counselling and follow-up services তথ্য, পৰীক্ষা, পৰামৰ্শ আৰু অনুসৰণ সেৱাসমূহ
  3. Information, counselling, follow-up and placement services তথ্য, পৰামৰ্শ, অনুসৰণ আৰু সংস্থাপন সেৱাসমূহ
  4. Information, testing, counselling and placement services তথ্য, পৰীক্ষা, পৰামৰ্শ আৰু সংস্থাপন সেৱাসমূহ

Ans: Information, testing, counselling and follow-up services তথ্য, পৰীক্ষা, পৰামৰ্শ আৰু অনুসৰণ সেৱাসমূহ

Explanation: 

Guidance:

  • Guidance refers to the process of helping individuals to discover and develop their potential. ব্যক্তিক তেওঁলোকৰ সম্ভাৱনা আৱিষ্কাৰ আৰু বিকাশ কৰাত সহায় কৰা প্ৰক্ৰিয়াক গাইডেন্স বুলি কোৱা হয়।
  • Guidance help in the development of educational, vocational and psychological skill in an individual. ব্যক্তিৰ শৈক্ষিক, বৃত্তিগত আৰু মানসিক দক্ষতা বিকাশত গাইডেন্সে সহায় কৰে।

School guidance:

School guidance program is a collection of activities that help students overcome challenges in their education, career, personal or social lives. স্কুল গাইডেন্স প্ৰগ্ৰেম হৈছে এনে এক কাৰ্য্যকলাপৰ সংকলন যিয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষা, কেৰিয়াৰ, ব্যক্তিগত বা সামাজিক জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰে।

School guidance programme consist of six services বিদ্যালয়ৰ নিৰ্দেশনা কাৰ্যসূচী ছটা সেৱাৰে গঠিত

1) Orientation 2) Counselling 3) Pupil inventory 4) Occupational information 5) Placement 6) Placement and follow–up services.  

১) অভিমুখীতা ২) পৰামৰ্শ ৩) ছাত্ৰৰ তথ্য ৪) বৃত্তিগত তথ্য ৫) নিযুক্তি ৬) নিযুক্তি আৰু অনুসৰণ সেৱা।

8. The following lists show the teaching skills and their components: Component: তলৰ তালিকা দুখনত শিক্ষণ কৌশল আৰু সেইবোৰৰ উপকৰণসমূহ দিয়া হৈছে:

Choose the correct match from the following: তলত দিয়া শুদ্ধ মিলটো বাছি উলিওৱা:

  1. (i)-(A), (ii)-(D), (iii)-(F), (iv)-(E)
  2. (i)-(C), (ii)-(D), (iii)-(A), (iv)-(E)
  3. (i)-(C), (ii)-(B), (iii)-(F), (iv)-(E)
  4. (i)-(B), (ii)-(D), (iii)-(C), (iv)-(A)

Ans: (i)-(C), (ii)-(D), (iii)-(A), (iv)-(E)

9. Which is/are not the social cause(s) of juvenile delinquency? তলৰ কোনটো/কোনকেইটা কিশোৰ অপৰাধৰ সামাজিক কাৰণ নহয়?

  1.  Class conflict শ্রেণী সংঘাত
  2.  Defective family relations পৰিয়ালত দোষযুক্ত সম্বন্ধ
  3.  Low intelligence কম বুদ্ধিমত্তা
  4.  Favouritism পক্ষপাতিত্ব

Choose the correct option: শুদ্ধ বিকল্পটো বাছি উলিওৱা :

  1. (i), (ii) and (iii)
  2. only (ii)
  3. (i) and (ii) only
  4. (i), (ii) and (iv)

Ans: (d)(i), (ii) and (iv)

10. The aggregate or global capacity of the individual to act purposefully, to think rationally an to deal effectively with his/her environment is called: এজন ব্যক্তিৰ উদ্দেশ্যপূর্ণভাৱে কাৰ্য কৰা, যুক্তিসংগত চিন্তা কৰা আৰু পৰিবেশৰ লগত কার্যকৰীভাৱে খাপখা পৰাৰ পুঞ্জীভূত সামর্থই হৈছে ব্যক্তিগৰাকীৰ:

  1. Personality ব্যক্তিত্ব
  2. Creativity সৃজনশীলতা
  3. Adjustment সমাযোজন
  4. Intelligence বুদ্ধি

Ans: Intelligence বুদ্ধি

This definition of Intelligence is given by Wechsler (1939)

11. Which of the following areas is not included in Educational Psychology? তলত দিয়া কোনটো ক্ষেত্র শিক্ষা মনোবিজ্ঞানৰ অন্তর্ভুক্ত নহয় ?

  1. What is to be taught? কি পঢ়ুৱাব লাগে ?
  2. Who is to be taught? কেনেকৈ পঢ়ুৱাব লাগে ?
  3. How is to be taught? কাক পঢ়ুৱাব লাগে ?
  4. Why is to be taught? কিয় পঢ়ুৱাব লাগে ?

Ans: What is to be taught? কি পঢ়ুৱাব লাগে ?

12. The correct order of Herbartian steps of planning a lesson is: পাঠ-পৰিকল্পনাৰ হার্বাটৰ স্তৰসমূহৰ শুদ্ধ ক্রমটো হ’ল:

  1. Preparation, Presentation, Association, Generalization, Application প্রস্তুতি, উপস্থাপন, অনুসংগ, সাধাৰণীকৰণ, প্রয়োগ
  2. Preparation, Presentation, Application, Association, Generalization প্রস্তুতি, উপস্থাপন, প্রয়োগ, অনুসংগ, সাধাৰণীকৰণ
  3. Preparation, Presentation, Association, Application, Generalization প্রস্তুতি, উপস্থাপন, অনুসংগ, প্রয়োগ, সাধাৰণীকৰণ
  4. Preparation, Presentation, Generalization, Application, Association প্রস্তুতি, উপস্থাপন, সাধাৰণীকৰণ, প্রয়োগ, অনুসংগ

Ans: Preparation, Presentation, Association, Generalization, Application প্রস্তুতি, উপস্থাপন, অনুসংগ, সাধাৰণীকৰণ, প্রয়োগ

Herbartian steps of lesson plan:  পাঠ পৰিকল্পনাৰ হাৰ্বাৰ্টিয়ান পদক্ষেপ:

  1. Preparation : It is the process of activating previous knowledge of the new one.  প্ৰস্তুতি :- ই হৈছে নতুনজনৰ পূৰ্বৰ জ্ঞান সক্ৰিয় কৰাৰ প্ৰক্ৰিয়া।
  2. Presentation :- Presentation means the presentation of concept using concrete object for a quality experience. উপস্থাপন :- উপস্থাপন মানে এটা গুণগত অভিজ্ঞতাৰ বাবে কংক্ৰিট বস্তু ব্যৱহাৰ কৰি ধাৰণাটো উপস্থাপন কৰা।
  3. Association :- It is the process of comparing new knowledge with the previous knowledge to be familiar with the differences in order to assimilate the new one . সংগথিত :- নতুন জ্ঞানক আত্মসাৎ কৰিবলৈ পাৰ্থক্যৰ সৈতে পৰিচিত হোৱাটোৱেই হৈছে নতুন জ্ঞানক পূৰ্বৰ জ্ঞানৰ সৈতে তুলনা কৰাৰ প্ৰক্ৰিয়া ৷
  4. Generalization :- It refer to arrive of general ideas or necessary conclusion by comparing learning materials presented by the teacher. সাধাৰণীকৰণ :- ইয়াৰ দ্বাৰা শিক্ষকে উপস্থাপন কৰা শিক্ষণ সামগ্ৰী তুলনা কৰি সাধাৰণ ধাৰণা বা প্ৰয়োজনীয় সিদ্ধান্তত উপনীত হোৱাটো বুজোৱা হয়।
  5. Application :- It refers to use of acquired knowledge by the learners in real – life for a better understanding and meaningful learning.  প্ৰয়োগ :- ইয়াৰ অৰ্থ হ’ল শিক্ষাৰ্থীসকলে বাস্তৱ – জীৱনত আহৰণ কৰা জ্ঞানৰ ব্যৱহাৰক উন্নত বুজাবুজি আৰু অৰ্থপূৰ্ণ শিক্ষণৰ বাবে।

13. ‘Refocusing’ is done when the response of the student is: পুনৰ নিবিষ্টকৰণ (Refocusing) কৰা হয় যেতিয়া ছাত্র/ছাত্রী এগৰাকীৰ উত্তৰটো:

  1. Totally correct সম্পূর্ণ শুদ্ধ হয়
  2. Partially correct আধৰুৱা (অসম্পূর্ণ) হয়
  3. Incomplete আংশিকভাৱে শুদ্ধ হয়
  4. Entirely wrong সম্পূর্ণ ভুল হয়

Ans: Partially correct আধৰুৱা (অসম্পূর্ণ) হয়

14. The main objective of giving home assignment to students is to: ছাত্র-ছাত্রীক ঘৰুৱা কর্ম (Home Assignment) দিয়াৰ মূল উদ্দেশ্য হ’ল:

  1. Keep the student busy at home. ছাত্র-ছাত্রীসকলক ঘৰত ব্যস্ত ৰখা।
  2. Use students’ leisure time effectively. ছাত্র-ছাত্ৰীৰ আজৰি সময় যথোপযুক্তভাৱে ব্যৱহাৰ কৰোৱা।
  3. Cover the syllabus on time. সময় মতে পাঠ্যক্রম শেষ কৰা।
  4. Develop the habit of self-study. স্ব-অধ্যয়নৰ অভ্যাস গঢ়ি তোলা।

Ans: Develop the habit of self-study. স্ব-অধ্যয়নৰ অভ্যাস গঢ়ি তোলা।

15. “After completion of the class, the pupils will be able to explain Newton’s Third Law of motion with examples.” This is an example of an instructional objective of: “পাঠদানৰ শেষত ছাত্র-ছাত্রীসকলে নিউটনৰ গতিৰ তৃতীয় সূত্রটো উদাহৰণৰে সৈতে ব্যাখ্যা কৰিব পাৰিব।” -এইটো শিক্ষাদানৰ এটা নির্দেশনামূলক উদ্দেশ্যৰ উদাহৰণ:(a) (c) (চ) (d)

  1. Knowledge level জ্ঞান স্তৰৰ উদ্দেশ্য
  2. Comprehension level বোধ স্তৰৰ উদ্দেশ্য
  3. Application level প্রয়োগ স্তৰৰ উদ্দেশ্য
  4. Evaluation level মূল্যায়ন স্তৰৰ উদ্দেশ্য

Ans: Comprehension level বোধ স্তৰৰ উদ্দেশ্য

16. Which of the following is not a basic law of learning developed by Thorndike? তলৰ কোনটো খর্ণডাইকৰ শিকন (Learning) ৰ প্রাথমিক নীতি (সূত্র) নহয়?

  1. Law of Readiness প্রস্তুতিৰ সূত্র/নীতি
  2. Law of Intensity তীব্রতাৰ সূত্র/নীতি
  3. Law of Exercise অনুশীলনৰ সূত্র/নীতি
  4. Law of Effect পৰিণাম বা ফলাফলৰ সূত্র/নীতি

Ans: Law of Intensity তীব্রতাৰ সূত্র/নীতি

17. A teacher should show the relationship of the content he/she is teaching with the contents of the same subject, contents of different subjects and with real life experiences. This is based on the following principle of teaching: এজন শিক্ষকে পাঠদান কৰোঁতে পঠনীয় বিষয়বস্তুৰ লগত সেই বিষয়ৰ একে বিষয়বস্তু, অন্যান্য বিষয়ৰ বিষয়বস্তু আৰু বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ সৈতে সম্বন্ধ দেখুৱাব লাগে। ইয়াৰ ভিত্তি হৈছে তলত দিয়া শিক্ষণৰ নীতি:

  1. Principle of Definite objectives নির্দ্ধাৰিত উদ্দেশ্যৰ নীতি
  2. Principle of Child-centredness শিশুকেন্দ্রিক নীতি
  3. Principle of Cooperation সহযোগিতাৰ নীতি
  4. None of the above ওপৰৰ এটাও নহয়

Ans: None of the above ওপৰৰ এটাও নহয়

18. Which of the following statements does not depict the characteristics of Motives? তলৰ কোনটো উক্তিয়ে অভিৰোচনৰ ধর্ম প্রকাশ নকৰে?

  1. Motives are inborn অভিৰোচন জন্মগত
  2. Motives are selectors of behaviour অভিৰোচন আচৰণৰ নির্বাচক
  3. Motives energies behaviours অভিৰোচনে আচৰণ শক্তিশালী কৰে
  4. Motives direct behaviours অভিৰোচনে আচৰণ নির্দেশিত কৰে

Ans: Motives are inborn অভিৰোচন জন্মগত

19. Which of the following statements is correct? তলৰ কোনটো উক্তি শুদ্ধ?

  1. An intelligent person is always creative. এগৰাকী বুদ্ধিয়ক ব্যক্তি সদায় সৃজনশীল হয়।
  2. A creative person is also very intelligent. এগৰাকী সৃজনশীল ব্যক্তি বেছি বুদ্ধিমত্তাৰো হয়।
  3. There is a very high positive correlation between creativity and intelligence. সৃজনশীলতা আৰু বুদ্ধিৰ মাজত এক উচ্চ ধনাত্মক সহ-সম্বন্ধ আছে।
  4. Creativity cannot be enhanced through training and practice. প্রশিক্ষণ আৰু অনুশীলনৰ দ্বাৰা সৃজনশীলতা বৃদ্ধি কৰিব নোৱাৰি।

Ans: There is a very high positive correlation between creativity and intelligence. সৃজনশীলতা আৰু বুদ্ধিৰ মাজত এক উচ্চ ধনাত্মক সহ-সম্বন্ধ আছে।

20. Effectiveness of counselling in school is primarily based on: বিদ্যালয় এখনত পৰামর্শ (Counselling) কাৰ্যসূচীৰ সফলতা মুখ্যতঃ নিৰ্ভৰ কৰে।

  1. Relationship between student and counsellor ছাত্র-ছাত্রী আৰু পৰামৰ্শদাতাৰ সম্পৰ্কৰ ওপৰত।
  2. Difference in age between student and counsellor ছাত্র-ছাত্রী আৰু পৰামৰ্শদাতাৰ বয়সৰ পাৰ্থক্যৰ ওপৰত।
  3. Counsellor’s understanding about self পৰামৰ্শদাতা গৰাকীয়ে নিজক কিমান বুজি পাইছে সেইটোৰ ওপৰত।
  4. Counsellor’s understanding of child development শিশুৰ বিকাশ সম্পর্কত থকা পৰামৰ্শদাতাৰ বোধ।

Ans: Relationship between student and counsellor ছাত্র-ছাত্রী আৰু পৰামৰ্শদাতাৰ সম্পৰ্কৰ ওপৰত।

Counselling: পৰামৰ্শ

Counselling is a cooperative process in which a trained professional helps a person called the client to identify sources of difficulties or concerns that he or she is experiencing. পৰামৰ্শ হৈছে এক সহযোগিতামূলক প্ৰক্ৰিয়া য’ত এজন প্ৰশিক্ষিত পেছাদাৰীয়ে ক্লায়েণ্টক তেওঁ অনুভৱ কৰা অসুবিধা বা উদ্বেগৰ উৎস চিনাক্ত কৰাত সহায় কৰে।

Download Pedagogy MCQs PDF for Free

The download link for the Pedagogy MCQs PDF files is given below.

To download the files, Click on the “Download Button” Above.

Leave a Comment