এই টোত আমি অসমৰ কবি, সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিৰ উপাধিৰ বিষয়ে আলোচনা কৰিম। আমি ইয়াত অসমৰ কিছু লেখত ল’বলগীয়া ব্যক্তি সকলক কাক কি বুলি জনা যায় তাকে অলোচনা কৰিম। In this post we will learn about the sobriquets of few Assamese poet, literary person and eminent person. A complete list is given in this post.
কাক কি বুলি জনা যায় / অসমীয়া কবি, সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিৰ উপাধি
সাহিত্যৰ জগতখনত কিছুমান বিশেষ ব্যক্তিয়ে ইমানেই স্বকীয়তা আৰু প্ৰশংসা লাভ কৰিছে যে তেওঁলোকক বিশেষ উপাধিৰে সন্মানিত কৰা হৈছে। এই শিৰোনামবোৰে সাহিত্যিক পৰিৱেশলৈ তেওঁলোকৰ অপৰিসীম অৱদান আৰু পাঠক আৰু লেখকৰ ওপৰত ইয়াৰ স্থায়ী প্ৰভাৱক স্বীকৃতি দিয়াৰ কাম কৰে। এই সন্মানীয় পদবীসমূহৰ কিছুমান আৰু সেইবোৰ উপাৰ্জন কৰা ব্যক্তিসকলৰ বিষয়ে অন্বেষণ কৰোঁ আহক।
A list of sobriquets of various Assamese poet, literary and eminent person are given below.
ক্ৰমিক নং | অসমীয়া কবি, সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিৰ নাম | উপাধি / কি বুলি জনা যায় |
1 | বকুল বনৰ কবি | আনন্দ চন্দ্র বৰুৱা |
2 | পাপৰিৰ কবি | গণেশ গগৈ |
3 | গীতিকবি | পার্বতী প্রসাদ বৰুৱা |
4 | নিজৰাৰ কবি | শৈলধৰ ৰাজখোৱা |
5 | অপ্রমাদী কবি | মাধৱ কন্দলী |
6 | সুগন্ধি পখিলাৰ কবি | হীৰেন ভট্টাচাৰ্য |
7 | ছনেটিয়াৰ কবি | হেমচন্দ্র গোস্বামী |
8 | বিহগী কবি | ৰঘুনাথ চৌধাৰী |
9 | বনফুলৰ কবি | যতীন্দ্র নাথ দুৱৰা |
10 | বিতোপন কবি | অতুল চন্দ্র হাজৰিকা |
11 | জ্ঞান মালিনীৰ কবি | মফিজুদ্দিন আহমদ হাজৰিকা |
12 | অগ্নি কবি | কমলাকান্ত ভট্টাচার্য |
13 | ধ্বনি কবি | বিনন্দ চন্দ্র বৰুৱা |
14 | বিদ্রোহী/বিপ্লৱী কবি | প্রসন্নলাল চৌধুৰী |
15 | শেৱালি কবি | ৰত্মকান্ত বৰকাকতি |
16 | অসমীয়া ব্যাস | ৰাম সৰস্বতী |
17 | অতীন্দ্রিয়বাদী কবি | নলিনীবালা দেৱী |
18 | বাগ্মীবৰ | নীলমণি ফুকন |
19 | কেৱলীয়া কবি | যতীন্দ্র নাথ দুৱবা |
20 | কলংপৰীয়া কবি | দেৱকান্ত বৰুৱা |
21 | ভাঙনি কোঁৱৰ | আনন্দ চন্দ্র আগৰৱালা |
22 | নির্মালীৰ কবি | ডo সূর্যকুমাৰ ভূঞা |
23 | ৰসৰাজ, সাহিত্যৰথী | লক্ষ্মীনাথ বেজবৰুৱা |
24 | প্রতিমাৰ খনিকৰ | চন্দ্র কুমাৰ আগৰৱালা |
25 | কবিতা কোঁৱৰ | অম্বেশ্বৰ চেতিয়া ফুকন |
26 | উপন্যাস সম্রাট | ৰজনীকান্ত বৰদলৈ |
27 | ৰূপকোঁৱৰ | জ্যোতিপ্রসাদ আগৰৱালা |
28 | নটসূর্য | ফণী শর্মা |
29 | কলাগুৰু | বিষ্ণপ্রসাদ ৰাভা |
30 | অসম গৌৰৱ | হেম বৰুৱা |
31 | সংবাদ সাৰথি | মায়াৰাম তামুলী, ৰাধিকামোহন ভাগৱতী, সতীশ চন্দ্র কাকতি |
32 | নাট্য প্রভাকৰ | সত্যপ্রসাদ বৰুৱা |
33 | যাদু সম্রাট | এম. হুছেইন |
34 | লোকপ্ৰিয় | গোপীনাথ বৰদলৈ |
35 | লোকপ্রাণ | মতিৰাম বৰা |
36 | লোকবন্ধু | ডাঃ ভুবনেশ্বৰ বৰুৱা |
37 | লোকনায়ক | অমিয় কুমাৰ দাস |
38 | বীৰবালা | কনকলতা বৰৱা |
39 | কর্মবীৰ | নবীন চন্দ্র ববদলৈ |
40 | দেশভক্ত | তৰুণৰাম ফুকন |
41 | লৌহমানৱ | বিষ্ণুৰাম মেধি |
42 | অভিনয়াচার্য | ব্ৰজনাথ শৰ্মা |
43 | অসম কেশৰী | অম্বিকাগিৰি ৰায় চৌধুৰী |
44 | বন কোঁৱৰ | আনন্দিৰাম দাস |
45 | ত্যাগ বীৰ | হেমচন্দ্ৰ বৰুৱা |
46 | শোণিত কোঁৱৰ | গজেন বৰুৱা |
47 | সিংহ পুৰুষ | ৰাধাগোবিন্দ বৰুৱা |
48 | সংগীতাচার্য | লক্ষ্মীৰাম বৰুৱা |
49 | দেশপ্রাণ | লক্ষ্মীধৰ শৰ্মা |
50 | জননায়ক | দেৱেশ্বৰ শৰ্মা |
51 | লুইত কোঁৱৰ | ৰুদ্ৰ বৰুৱা |
52 | সাহিত্যৰত্ন | চন্দ্রধৰ বৰুৱা |